সৰ্ব ভাৰতীয় ৰেংকত আই আই টি দখল কৰিলে ষষ্ঠস্থান
সমগ্ৰ বিশ্বৰে টপত থকা এখন জাৰ্ণেল হ'ল নেচাৰ্ছ ইনডেক্স। এই টপ জাৰ্ণেল নেচাৰ্ছ ইনডেক্সে শেহতীয়া ভাৱে কিছু সমীক্ষা…
উচ্চতৰ মাধ্যমিকত নাম ভৰ্তিৰ বাবে অন্বেষণ এপ মুকলি
উচ্চতৰ মাধ্যমিকৰ নতুন শিক্ষাবৰ্ষৰ নামভৰ্তিৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। নতুন…
মেধাৱী অবিনাশক সহায়ৰ হাত আগবঢ়ালে যুৱ ব্যৱসায়ীয়ে
সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত টীয়ক ৰজাবাৰী ঢেকীয়ানি ভৰলুৱা অঞ্চলৰ অভাৱী পৰিয়ালৰ ছাত্ৰ অবিনাশ বৰাই…
শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত উপাচাৰ্য নতুন নিযুক্তি
ৰাজ্যৰ উচ্চশিক্ষাৰ এক অগ্ৰণী শিক্ষানুষ্ঠান হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ…
ক’ভিড১৯ৰ টেষ্টং লেবৰ স্বীকৃতি পালে ডিফু মেডিকেল কলেজে
ৰাজ্যবাসীৰ বাবে আছে এক সুখবৰ। নতুন দিল্লীৰ ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্ছ চমুকৈ আই চি এম আৰৰ তৰফৰ পৰা আই চি…
ফিছফেডে বহু নিবনুৱালৈ আশাৰ বতৰা কঢ়িয়াইছে
সমগ্ৰ দেশৰ লগতে ৰাজ্যখনৰ চাৰিওফালে ক'ৰণা ভাইৰাছে সন্ত্ৰাসৰ তাণ্ডৱ চলাই আছে। এই সন্ত্ৰাসৰ সময়তে সমগ্ৰ অসমৰ যিসমূহ…
কৃতি ছাত্ৰ ছাত্ৰী শিৱসাগৰ জিলা প্ৰশাসনৰ সম্বৰ্দ্ধনা
সদ্যঘোষিত ২০২০ বৰ্ষৰ উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হোৱা শিৱসাগৰ জিলাৰ দুগৰাকী কৃতী…
সোণাৰিত ক’ভিড-১৯ ত আক্ৰান্ত ৰোগী আৰু স্বাস্থ্য কৰ্মীক খাদ্য সামগ্ৰী বিতৰণ…
ৰাজ্যত ক'ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বৃদ্ধি পাইছে কোৱাৰেণ্টাইন। শেহতীয়াকৈ চৰাইদেউ জিলাৰ…
তীৰ্থযাত্ৰীৰ বাবে মুকলি হ’ল বটদ্ৰৱা থান
আজিৰে পৰা ভক্ত বৈষ্ণবৰ বাবে মুকলি হ'ল বটদ্ৰৱা থান। ক'ৰণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে…
অন্য এক শ্ৰৱণ কুমাৰৰ কথাৰে
লাহিঙৰ অন্য এগৰাকী শ্ৰৱণ কুমাৰৰ কাহিনী এতিয়া বিশেষ ভাৱে চৰ্চালৈ আহিছে৷
কাহিনীটো আৰম্ভ হৈছিল ২০১৩ চনৰ পৰা।…