পি. ভি. সিন্ধুলৈ অভিনন্দন
সমগ্ৰ দেশবাসীৰ গৌৰৱ অক্ষুন্ন ৰাখি ৰিঅ’ অলিম্পিকত ৰূপৰ পদক আজুৰি আনিলে পি. ভি, সিন্ধুৱে । সিন্ধুৰ এই সাফল্যত সকলো…
তামোল ঢকুৱাৰে পৰিচয় পোৱা মহিলাগৰাকী
এগৰাকী ন বোৱাৰীৰ এখন ঘৰ পৰিচালনা কৰাতো যিমান কষ্টকৰ, তাতোতকৈ অধিক কষ্টকৰ, সংকীৰ্ণ সমাজ ব্যবস্থাৰ প্ৰাচীৰ আৰু আৰ্থিক…
এটা ভাল খবৰ
ভাল খবৰে সকলোৰে মনত আনন্দ দিয়ে।ভাল খবৰ সদায় ভাল খবৰেই। সেই ভাল খবৰটো লাগিলে এক মিনিটৰ বাবেই হওক কিম্বা দীৰ্ঘসময়ৰ…
অসমৰ থলুৱা আলংকাৰিক মাছৰ আছে প্ৰচুৰ ব্যৱসায়িক সম্ভাৱনীয়তা
আমি অসমীয়া নহওঁ দুখীয়া
কিহৰ দুখীয়া হম ……
সকলো আছিল,
সকলো আছে,
নুশুনো নলও গম।
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই এনেয়ে কৈ…
ৰাখীবন্ধনৰ বিশেষ লেখা ….
ৰাখী কেৱল এডাল ৰচি নহয়। ই হ’ল প্ৰেম, ভাতৃত্ববোধ সংমিশ্ৰিত এক প্ৰতীক। কথাষাৰ তাৎপৰ্য্য আছে। সেইবাবেই…
প্ৰিয়বন্ধু আপোনাৰো বন্ধু…..
প্ৰিয়বন্ধু – নামটো শুনিলেই আপোন আপোন লাগে নহয় নে ! এজন বন্ধু বাৰু কেতিয়া প্ৰিয়বন্ধু হৈ পৰে? যেতিয়া বন্ধুজনে…
ভাস্কৰ্য্য শিল্পী দিলীপ শৰ্মা
মানুহজনে ৰ’দে বতাহে বাটকুঁৰি বাই মানুহৰ ঘৰে ঘৰে গৈ ফুলনি বাগিছা স্থাপনৰ বাবে প্ৰস্তাৱ ৰাখিছিল । কিয়নো সেইসময়ত…
স্বাধীনতা দিৱস আৰু কিছু অনুভৱ
NE Focus ৰ ফালৰ পৰা সকলোকে স্বাধীনতা দিৱসৰ শুভকামনা জনালোঁ। যি সকল দেশপ্ৰেমিক শ্বহীদৰ ত্যাগ আৰু সাহসৰ বিনিময়ত দেশৰ…
হাজাৰ জনক স্বাৱলম্বী কৰি তুলিছে – নীৰা শৰ্মাই
এডাল জাতি বাঁহৰ পৰা এক লাখ টকা উপাৰ্জন কৰিব পাৰি, কথাষাৰ কিন্তু মিছা নহয় । আপ্ত বাক্যশাৰী আখৰে আখৰে ১০০ % সচাঁ…
লৌহ মানৱী- ইৰম শৰ্মিলা চানু
এখন ক’লা আইন । আইন খনৰ নাম সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন। বিশেষকৈ অশান্ত জৰ্জৰিত এলেকাত আইনখন বলবৎ থাকে। সেনা…