ৰাজ্যৰ শিক্ষা বিভাগত মুঠ ২২,৯২১ টা খালী পদত নিযুক্তিৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱেও টুইটাৰযোগে এই কথা জানিব দিছে।পাৰ্বত্য জনজাতিৰ বাবে সংৰক্ষিত ১৪৬৪টা পদ পূৰণৰ বাবে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।সেইদৰে, বড়ো, গাৰো, আৰু মণিপুৰী মাধ্যমৰ বাবেও অনুষ্ঠিত কৰা হ’ব বিশেষ টেট পৰীক্ষা।অহা ১ ছেপ্টেম্বৰৰ পৰা এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব।যোৱা ৪ আগষ্টত অসম চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰিয়েই এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ