উদ্যমী
admin

কাঠ পেঞ্চিলৰ ক’লা অংশত বিশিষ্ট লোকৰ ছবি অংকন কৰিছে আজাৰাৰ এজন যুৱকে

মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিৰ এজন যুৱকে আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে। শাৰদীয় দূৰ্গাপূজা উপলক্ষে এক ব্যতিক্ৰমী পদক্ষেপৰে অন্যন্য প্ৰতিভাৰ দাঙি ধৰিবলৈ সক্ষম হৈছে।    

উদ্যমী
admin

গুৱাহাটী সংসদীয় সমষ্টিক পোহৰাই তুলিবলৈ সাংসদ কুইন ওজাৰ উদ্যোগত এক হাজাৰ সৌৰশক্তি চালিত ষ্ট্ৰীট লাইট স্থাপনৰ তৎপৰতা

গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই সংসদীয় সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ বিদ্যুৎ যোগান কম থকা বা সঘনাই লোড শ্বেদিং হোৱা অঞ্চল সমূহক পোহৰাই তুলিবলৈ

সুখবৰ
admin

এগৰাকী যুৱতীৰ ব্যতিক্ৰমী পদক্ষেপ

মাজুলীৰ এগৰাকী যুৱতীয়ে আদৰ্শ দেখুৱাইছে।উচ্চ শিক্ষিত যুৱতীগৰাকীয়ে মাজুলীৰ সংস্কৃতিক নৱপ্ৰজন্মৰ মাজত বিলোৱাৰ বাবে প্ৰয়াস কৰিছে। ঘৰতে নৃত্য বিদ্যালয় স্থাপন কৰি এদল কণমানিক প্ৰশিক্ষণ প্ৰদান কৰিছে।

উদ্যমী
admin

পূৰ্ণ গতিত আগবাঢ়িছে জাতীয় আদৰ্শ শিক্ষা সংসদৰ কাম কাজ

পূৰ্ণ গতিত আগবাঢ়িছে অসম সাহিত্য সভাৰ পৃষ্ঠ পোষকতাত গঠিত স্বতন্ত্ৰ ন্যাস জাতীয় আদৰ্শ শিক্ষা সংসদৰ শৈক্ষিক কামকাজ। ন্যাসৰ অধীনত ইতিমধ্যে ৫খন বিদ্যালয় স্থাপন হৈছে আৰু

উদ্যমী
admin

কানাডা চলচিত্ৰ মহোৎসৱত সন্মান আজুৰিলে বড়ো অভিনেত্ৰীয়ে

কানাডাত অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত সন্মানিত হৈছে বড়ো অভিনেত্ৰী পানছি ব্ৰহ্ম। Dusk ছবিখনৰ বাবে তেওঁ সন্মানিত হৈছে।এই ছবিখন পৰিচালনা কৰিছে উজ্বল প’লে আৰু সহযোগী

উদ্যমী
admin

মন কি বাত অনুষ্ঠানৰ জৰিয়তে দেশবাসীক বিজয়া দশমীৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে

মন কি বাত অনুষ্ঠানৰ জৰিয়তে দেশবাসীক বিজয়া দশমী তথা দশেৰাৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । অনুষ্ঠানৰ জৰিয়তে প্ৰথমতে প্ৰধান গৰাকীয়ে দেশবাসীক বিজয়া দশমীৰ শুভেচ্ছা