২০০৮ চনৰ অভিশপ্ত ৩০অক্টোবৰক সুঁৱৰি আজি গনেশ গুৰিৰ উৰণীয়া সেঁতুৰ সমীপত অনুষ্ঠিত হ’ল শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অনুষ্ঠান।শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে সন্ত্ৰাষবাদ মুক্ত অসম নিৰ্মাণ কৰাৰ উদ্দেশ্যে আমি সকলোৱে সংগবদ্ধ ভাৱে প্ৰচেষ্টা হাতত ল’ব লাগিব।অসমৰ বুকুত শান্তিপূৰ্ণ বাতাবৰণ জীয়াই ৰাখিবলৈ সকলোকে আহ্বান জনায়।শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা নাম প্ৰসংগ অনুষ্ঠিত হয়।অনুষ্ঠানত শ্বহীদৰ পৰিয়ালৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি শ্ৰদ্ধা নিবেদন কৰে।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন