বন্ধৰ মাজতে শিৱসাগৰৰ দুই যুৱকে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিলে

ক'ৰণা ভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা জনতা কাৰফিউত প্ৰায় জনশূন্য হৈ পৰে…